അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : চেনি আৰু মৌৰ দৰে সোৱাদৰ
ഉദാഹരണം : এই ফলটো বৰ মিঠা
പര്യായപദങ്ങൾ : মিঠা, মিষ্ট, শার্কৰ, সুমিষ্ট, ্মৌ-সনা
അർത്ഥം : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে
ഉദാഹരണം : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে
പര്യായപദങ്ങൾ : মিঠা, মিহি, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি
അർത്ഥം : মন ভাল লগাব পৰা
ഉദാഹരണം : বিদেশীসকলে কিছুমান মিঠা স্মৃতি আমাৰ মাজত এৰি গৈছে
പര്യായപദങ്ങൾ : মিঠা
ഇൻസ്റ്റാൾ ചെയ്യുക