പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মতা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মতা   বিশেষ্য

അർത്ഥം : মানৱ জাতিৰ মতা

ഉദാഹരണം : পুৰুষ আৰু মহিলাৰ শাৰীৰিক গঠন বেলেগ বেলেগ

പര്യായപദങ്ങൾ : পুৰুষ, মতা মানুহ, মুনিহ, মৰদ

അർത്ഥം : স্ত্রীৰ দৃষ্টিত ্ তেওঁৰ বিবাহিত পুৰুষজন:শীলাৰ স্বামীয়ে খেতি কৰি নিজৰ পৰিয়ালটো পোহ-পাল দি আছে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : গিৰিয়েক, দৰা, পতি, পৈ, পৈয়েক, বৰ, স্বামী

মতা   ক্ৰিয়া

അർത്ഥം : কাৰোবাক নিজৰ ঠাইলৈ বা ওচৰলৈ আহিবলৈ নিমন্ত্রণ জনোৱা

ഉദാഹരണം : আইতাই ককাক ইংগিতেৰে মাতি আছে

അർത്ഥം : নামেৰে জনা

ഉദാഹരണം : মানুহে গান্ধীজীক বাপু বুলিও কয়

പര്യായപദങ്ങൾ : কোৱা

അർത്ഥം : আমন্ত্রণ জনোৱা

ഉദാഹരണം : তেওঁ নিজৰ বিয়ালৈ আমাৰ সকলোকে নিমন্ত্রিত কৰিছে

പര്യായപദങ്ങൾ : আমন্ত্রিত কৰা, নিমন্ত্রণ দিয়া, নিমন্ত্রিত কৰা

അർത്ഥം : শ্্ব্দ কৰি মতা কার্য

ഉദാഹരണം : মায়ে তোমাক মাতি আছে

പര്യായപദങ്ങൾ : ডাক দিয়া, ডাকা, মাত দিয়া

അർത്ഥം : কোনো জন্তুৰ মুখৰ পৰা ধ্বনি ওলোৱা

ഉദാഹരണം : ৰাতিপুৱা চৰায়ে মাতে

അർത്ഥം : কোনো পৰিচিতৰ লগত কথা কোৱা

ഉദാഹരണം : আজিকালি শীলাই মোক নামাতে