പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মত എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মত   বিশেষ্য

അർത്ഥം : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি

ഉദാഹരണം : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে

പര്യായപദങ്ങൾ : বিচাৰ, ৰায়

അർത്ഥം : ঋষি আদিৰ মান্য উপদেশ

ഉദാഹരണം : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে

പര്യായപദങ്ങൾ : বাদ, সিদ্ধান্ত

അർത്ഥം : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়

ഉദാഹരണം : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল

പര്യായപദങ്ങൾ : বাদ, মতবাদ, সিদ্ধান্ত

അർത്ഥം : মনত উদয় হোৱা কথা

ഉദാഹരണം : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত

പര്യായപദങ്ങൾ : খিয়াল, খেয়াল, বিচাৰ