പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মণ্ডল എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মণ্ডল   বিশেষ্য

അർത്ഥം : সূর্য ্বা চন্দ্রৰ চাৰিওফালে দেখা পোৱা ঘেৰা

ഉദാഹരണം : সূর্য মণ্ডলত ্ভালেমান গ্রহে পৰিভ্রমণ কৰে

അർത്ഥം : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ

ഉദാഹരണം : তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা

പര്യായപദങ്ങൾ : পৰিধি

അർത്ഥം : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

ഉദാഹരണം : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

പര്യായപദങ്ങൾ : দল, মণ্ডলী, সংগঠন

അർത്ഥം : ভূগোলত গৰম-ঠাণ্ডাৰ বিচাৰ কৰি পৃথিৱীক ্পাঁচ ভাগত বিভক্ত কৰা ভাগৰ এটা ভাগ

ഉദാഹരണം : উত্তৰ মেৰু শীতোষ্ণ অঞ্চলত পৰে