അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ
ഉദാഹരണം : এইখন বিয়াৰ ৰভা
പര്യായപദങ്ങൾ : চামিয়ানা, চালি, পেণ্ডেল, বিতান, ৰভা, ৰভা-পৰলা
അർത്ഥം : একপ্রকাৰৰ ডাঙৰ তম্বু
ഉദാഹരണം : দৰা আহি চন্দ্রতাপৰ তলত বহি আছে
പര്യായപദങ്ങൾ : চন্দ্রতাপ, চামিয়ানা
അർത്ഥം : সভাৰ অধিবেশন বা উৎসৱ আদিৰ বাবে বনোৱা তম্বু
ഉദാഹരണം : কৃপা কৰি আপোনালোকে সভাপতিৰ প্রস্থানৰ পিছতহে ৰভা ঘৰ এৰে যেন
പര്യായപദങ്ങൾ : ৰভা ঘৰ, ৰভাস্থলী
ഇൻസ്റ്റാൾ ചെയ്യുക