അർത്ഥം : নৱবিধ ৰত্নৰ এবিধ ৰঙা মূল্যবান পাথৰ
ഉദാഹരണം :
সোণ, ৰূপ, মাণিকেৰে ৰজা দশৰথৰ ভঁ্ৰাল ভৰি আছিল
പര്യായപദങ്ങൾ : মণি-মাণিক্য, মাণিক
അർത്ഥം : বিন্ধা কৰিও পিন্ধিব পৰা এবিধ ৰত্ন
ഉദാഹരണം :
সীমাই মণিৰ মালা পিন্ধিছে
അർത്ഥം : চকুৰ মাজভাগত থকা গোল কʼলা অংশ:চকুৰ ভিতৰৰ এটা অতি কোমল আৰু গুৰুত্বপূর্ণ অংশ হʼল চকুৰ মণি
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অক্ষিগোল, অক্ষিতাৰকা, চকুৰ মণি, নেত্রতাৰকা, নয়নতৰা, নয়নমণি