അർത്ഥം : পৰিশ্রম কৰাৰ বিনিময়ত বা পাৰিতোষিক হিচাপে দিয়া বিশেষ ধন
ഉദാഹരണം :
উচিত পাৰিশ্রমিক নোপোৱাৰ কাৰণে শ্রমিকে হৰতাল কৰি আছে
പര്യായപദങ്ങൾ : পাৰিশ্রমিক
അർത്ഥം : মজদুৰে পোৱা পাৰিশ্রমিক
ഉദാഹരണം :
তেওঁ প্রতিদিন এশ টকা মজুৰি লয়
അർത്ഥം : পাৰিশ্রমিকৰ দান
ഉദാഹരണം :
ঠিকাদাৰে খান্তাটোৰ মজুৰি এহেজাৰ টকা বিচাৰিছে
പര്യായപദങ്ങൾ : পাৰিশ্রমিক, বানচ