അർത്ഥം : ভ্রমবশতঃ এটা বস্তুক অন্য এটা বস্তু বুলি বুজি পোৱা কার্য
ഉദാഹരണം :
আন্ধাৰত ভ্রান্ত ধাৰণা হʼব পাৰে
അർത്ഥം : কাৰোবাৰ প্রতি মনত উদয় হোৱা ভুল ধাৰণা
ഉദാഹരണം :
আপোনাক লগপোৱাৰ পিছত মোৰ ভুল ধাৰণা দূৰ হʼল
പര്യായപദങ്ങൾ : ভুল ধাৰণা