അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিজনৰ কোনো নি্র্বাচনত নিজৰ মতামত সাব্যস্ত কৰাৰ অধিকাৰ আছে
ഉദാഹരണം : নি্র্বাচনৰ সময়ত ডাঙৰ-ডাঙৰ নেতায়েও ভোটদাতাৰ ওচৰত নমনীয় হয়
പര്യായപദങ്ങൾ : নি্র্বাচক, মতদাতা
അർത്ഥം : যাৰ মত বা ভোট দিয়াৰ অধিকাৰ থাকে
ഉദാഹരണം : নিজৰ ভোটৰ সুব্যৱহাৰ কৰিবলৈ ভোটদাতা সকললৈ অনুৰোধ জনালো
പര്യായപദങ്ങൾ : ভোটাৰ
ഇൻസ്റ്റാൾ ചെയ്യുക