അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য
ഉദാഹരണം : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে
പര്യായപദങ്ങൾ : আহাৰ কৰা, খোৱা, গিলা, ভক্ষণ কৰা
അർത്ഥം : ততাতৈয়াকৈ খোৱা কার্য
ഉദാഹരണം : বাঘটোৱে শহাপহুটো ভক্ষণ কৰিলে
പര്യായപദങ്ങൾ : ভক্ষণ কৰা
അർത്ഥം : বাহি থোৱা ভোজন গ্রহণ কৰা
ഉദാഹരണം : কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল
പര്യായപദങ്ങൾ : খোৱা
ഇൻസ്റ്റാൾ ചെയ്യുക