അർത്ഥം : পৃথিৱীৰ কোনো এক ডাঙৰ ভাগ বা ক্ষেত্র
ഉദാഹരണം :
ভাৰতবর্ষ এনে এক ভৌগোলিক ক্ষেত্র যʼত বহুতো ভাষাভাষীলোকে একেলগে বসবাস কৰে
പര്യായപദങ്ങൾ : ভূভাগ, ভৌগোলিক ক্ষেত্র
അർത്ഥം : ভূমি খণ্ড
ഉദാഹരണം :
প্রাকৃতিক খেলি-মেলিৰ কাৰণে কেতিয়াবা কেতিয়াবা ভূখণ্ডৰ পৰি্ৱর্তনো হয়
പര്യായപദങ്ങൾ : ভূ-খণ্ড