അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো ভয়েৰে ভৰি আছে
ഉദാഹരണം : ভয়ানক পৰিৱেশত থকাটো বিপদজনক
പര്യായപദങ്ങൾ : ভীতিজনক, ভয়ংকৰ, ভয়ানক, ভয়াবহ, শংকাজনক
അർത്ഥം : প্রয়োজনতকৈ অধিক
ഉദാഹരണം : অত্যধিক বাৰিষাৰ কাৰণে জন-জীৱন স্তব্ধ হৈ পৰিল
പര്യായപദങ്ങൾ : অত্যধিক, ভয়ংকৰ, ভয়ানক
അർത്ഥം : যি অন্তৰ বিদাৰণ কৰে
ഉദാഹരണം : ৰাম বনলৈ যোৱাৰ পিছত বিচ্ছেদৰ ভীষণ দুখ সহিব নোৱাৰি পিতৃ দশৰথৰ মৃত্য হʼল
പര്യായപദങ്ങൾ : ঘোৰ, দাৰুণ, ভয়ঙ্কৰ
അർത്ഥം : বহুত গভীৰ পৰিণতিযুক্ত
ഉദാഹരണം : হত্যা এক ঘোৰ অপৰাধ
പര്യായപദങ്ങൾ : ঘোৰ, ডাঙৰ, ভয়ংকৰ
ഇൻസ്റ്റാൾ ചെയ്യുക