അർത്ഥം : আনন্দ পাওঁতে অনুভৱ হোৱা
ഉദാഹരണം :
এই দৃশ্যটো মোৰ ভাল লাগিছে
പര്യായപദങ്ങൾ : মন ভুলোৱা, মনঃপুত হোৱা, সুখপ্রদ লগা
അർത്ഥം : ৰুচিৰ অনুকূল হোৱা
ഉദാഹരണം :
আপোনাৰ সকলো বস্তুৱেই পচন্দ হʼব বুলি কোনো কথা নাই মোৰ এই কামটো ভাল লগা নাই
പര്യായപദങ്ങൾ : পচন্দ হোৱা, মন লগা, মনঃপুত হোৱা, মনোমত হোৱা, ৰুচিকৰ হোৱা