അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : * লাভপ্রদ ভাবে বা লাভ হোৱাকৈ
ഉദാഹരണം : মোৰ ব্যৱসায় ঠিকে-ঠাকে চলি আছে
പര്യായപദങ്ങൾ : ঠিক-ঠাক, ঠিকে-ঠাকে, বঢ়িয়াকৈ
അർത്ഥം : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়
ഉദാഹരണം : আজি শচীনে ভাল খেলিলে
പര്യായപദങ്ങൾ : বঢ়িয়া, ভাল
അർത്ഥം : * দুখ নোপোৱাকৈ বা আহত নোহোৱাকৈ
ഉദാഹരണം : মোৰ ধেমালিবোৰ ভালদৰে লʼব
പര്യായപദങ്ങൾ : ভালধৰণে
അർത്ഥം : পৰিচিত ৰূপত
ഉദാഹരണം : মই মহেশক ভালদৰে জানোঁ
അർത്ഥം : * সাবধানে বা শিষ্টাচাৰৰ সৈতে
ഉദാഹരണം : আপোনাৰ লʼৰাটোৱে মোৰ লগত ভালদৰে কথা পাতিলে
ഇൻസ്റ്റാൾ ചെയ്യുക