അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তু টুকুৰা-টুকুৰ হোৱা
ഉദാഹരണം : কাঁচৰ পাত্রটো হাতৰ পৰা পিছলখাই ভাঙিল
പര്യായപദങ്ങൾ : ভঙা
അർത്ഥം : কোনো অস্তিত্বত নথকা
ഉദാഹരണം : গাঁৱৰ পুৰণি স্কুলখন ভাগিল
അർത്ഥം : সংযুক্ত বা মিলা-মিছাৰ অৱস্থাত নথকা
ഉദാഹരണം : বোৱাৰী অহাৰ পিছতেই তেওঁৰ ঘৰ ভাঙিল গʼল
ഇൻസ്റ്റാൾ ചെയ്യുക