അർത്ഥം : ভাগৰুৱা অৱস্থা বা ভাৱ
ഉദാഹരണം :
খেতিয়কে গছৰ ছাঁত বহি ভাগৰ পলুৱাই আছে
പര്യായപദങ്ങൾ : ক্লান্তি, পৰিশ্রান্তি, শ্রান্তি
അർത്ഥം : গোটেই ৰাতি জাগি থকাৰ কাৰণে দেহ-মনলৈ অহা অৱসাদ
ഉദാഹരണം :
বাইদেউৰ বিয়াৰ পিছৰ ভাগৰ এতিয়াও মৰা নাই