പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ভঁ্ৰাল എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ভঁ্ৰাল   বিশেষ্য

അർത്ഥം : যি ঠাইত ফচল কাটি ৰখা হয় আৰু ফচলৰ পৰা শস্য পৃথক কৰি ৰখা হয়

ഉദാഹരണം : ৰবি শস্য ৰাখিবৰ কাৰণে খেতিয়কে ভঁ্ৰাল চাফা কৰিছে

പര്യായപദങ്ങൾ : ভঁ্ৰাল ঘৰ, ভাখাৰী

അർത്ഥം : যিটো গুদামত শস্য ৰখা হয়

ഉദാഹരണം : চৰকাৰে শস্যৰ বজাৰত কৃষকৰ সুবিধা হোৱাকৈ ভঁ্ৰাল সাজি দিছে

പര്യായപദങ്ങൾ : ভঁ্ৰাল ঘৰ

അർത്ഥം : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম

അർത്ഥം : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ

ഉദാഹരണം : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল

പര്യായപദങ്ങൾ : ভাণ্ডাৰ, সাগৰ