പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বৰঙণি എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বৰঙণি   বিশেষ্য

അർത്ഥം : কোনো আলোচনী বা কিতাপ আদিৰ বার্ষিক বা মাহেকীয়া মূল্য

ഉദാഹരണം : মই কাদম্বিনীৰ বৰঙণি এতিয়ালৈকে পঠিওৱা নাই

അർത്ഥം : কোনো কামত সহায় কৰা বা সহায়ক হোৱা কার্য অথবা কোনো কার্য ্সম্পাদনত ব্যক্তি বিশেষৰ অংশ

ഉദാഹരണം : সকলো গাঁওবাসীৰ অৱদানেৰে এই মন্দিৰটো নি্র্মাণ কৰা হৈছে

പര്യായപദങ്ങൾ : অৱদান, দান, যোগদান

അർത്ഥം : কোনো সামাজিক, ধার্মিক কাম আদিৰ বাবে দানৰ ৰূপত মানুহৰ পৰা লোৱা ধন আদি

ഉദാഹരണം : তেওঁ মন্দিৰৰ বাবে একত্রিত কৰা চান্দাই নিজৰ ঘৰ সাজিলে

പര്യായപദങ്ങൾ : অনুদান, চান্দা