പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ব্যৱস্থা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ব্যৱস্থা   বিশেষ্য

അർത്ഥം : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য

ഉദാഹരണം : বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল

പര്യായപദങ്ങൾ : আয়োজন

അർത്ഥം : কোনো কাম ভালদৰে সম্পূর্ণ ্কৰা ব্যৱস্থা

ഉദാഹരണം : ধর্মানুষ্ঠানৰ সকলো বন্দোবস্ত শ্যামে কৰিলে

പര്യായപദങ്ങൾ : প্রবন্ধ, বন্দোবস্ত

അർത്ഥം : সমাজৰ দ্বাৰা নি্র্ধাৰিত কোনো কাম কৰাৰ এক বিশেষ প্রচলিত ৰীতি

ഉദാഹരണം : এই কার্যালয়ৰ ব্যৱস্থা অতি শোচনীয়

പര്യായപദങ്ങൾ : ব্যৱস্থাপনা

അർത്ഥം : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি

ഉദാഹരണം :

പര്യായപദങ്ങൾ : আয়োজন, বন্দৱস্ত, ব্যৱস্থাপনা

അർത്ഥം : শাস্ত্র আদিৰ দ্বাৰা নি্র্ধাৰিত কোনো কামৰ বিধান

ഉദാഹരണം : কামৰ আধাৰত নি্র্ধাৰণ কৰা বৈদিক যুগৰ চাৰি ্বর্ণ ব্যৱস্থা

അർത്ഥം : এটাৰ আনটোৰ সৈতে সম্পর্ক ্থকা উপাদানেৰে গঠিত এক স্বতন্ত্র একক

ഉദാഹരണം : সংৰক্ষণৰ দ্বাৰা শিক্ষা ব্যৱস্থা প্রভাবিত হয়