അർത്ഥം : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য
ഉദാഹരണം :
বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল
പര്യായപദങ്ങൾ : আয়োজন
അർത്ഥം : সমাজৰ দ্বাৰা নি্র্ধাৰিত কোনো কাম কৰাৰ এক বিশেষ প্রচলিত ৰীতি
ഉദാഹരണം :
এই কার্যালয়ৰ ব্যৱস্থা অতি শোচনীয়
പര്യായപദങ്ങൾ : ব্যৱস্থাপনা
അർത്ഥം : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি
ഉദാഹരണം :
പര്യായപദങ്ങൾ : আয়োজন, বন্দৱস্ত, ব্যৱস্থাপনা
അർത്ഥം : শাস্ত্র আদিৰ দ্বাৰা নি্র্ধাৰিত কোনো কামৰ বিধান
ഉദാഹരണം :
কামৰ আধাৰত নি্র্ধাৰণ কৰা বৈদিক যুগৰ চাৰি ্বর্ণ ব্যৱস্থা
അർത്ഥം : এটাৰ আনটোৰ সৈতে সম্পর্ক ্থকা উপাদানেৰে গঠিত এক স্বতন্ত্র একক
ഉദാഹരണം :
সংৰক্ষণৰ দ্বাৰা শিক্ষা ব্যৱস্থা প্রভাবিত হয়