അർത്ഥം : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা
ഉദാഹരണം :
তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে
പര്യായപദങ്ങൾ : ঠাট্টা কৰা, বিদ্রূপ কৰা
അർത്ഥം : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়
ഉദാഹരണം :
মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে
പര്യായപദങ്ങൾ : ঠাট্টা কৰা