അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বোকা যুক্ত বা যʼত বোকা থাকে
ഉദാഹരണം : ইয়াৰ মাটি বোকাময়
അർത്ഥം : বোকাৰে ভৰি থকা
ഉദാഹരണം : বাৰিষাকালত বোকাময় ৰাস্তাৰে যোৱাটো জটিল হৈ পৰে
പര്യായപദങ്ങൾ : পংকময়, পংকাকুল, পংকিল, পঙ্কময়, পঙ্কাকুল, পঙ্কিল
അർത്ഥം : যʼত বোকা আছে
ഉദാഹരണം : তেওঁ ্আন্ধাৰত এটা বোকাময় খালত সৰি পৰিল
പര്യായപദങ്ങൾ : পংকিল, পঙ্কিল
അർത്ഥം : পুখুৰীৰ পানী বা বোকাৰ সৈতে সম্বন্ধিত
ഉദാഹരണം : কুমাৰে বোকাময় মাটিৰে বাচন তৈয়াৰ কৰি আছে
ഇൻസ്റ്റാൾ ചെയ്യുക