അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি
ഉദാഹരണം : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো
പര്യായപദങ്ങൾ : সন্ত, সন্ন্যাসী, সাধু
അർത്ഥം : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
ഉദാഹരണം : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
പര്യായപദങ്ങൾ : বিমুখ, বিৰক্ত, বিৰাগ, সন্যাসী
ഇൻസ്റ്റാൾ ചെയ്യുക