അർത്ഥം : বিষ্ণুৰ উপাসক তথা ভক্ত
ഉദാഹരണം :
বৈষ্ণৱসকলৰ দলটো বিষ্ণু মন্দিৰৰ ফালে গৈ আছে
പര്യായപദങ്ങൾ : বিষ্ণুভক্ত
അർത്ഥം : হিন্দুসকলৰ এক সম্প্রদায় যি বিশেষভাৱে বিষ্ণুৰ উপাসনা কৰে
ഉദാഹരണം :
শ্যাম বৈষ্ণৱ শিষ্য
പര്യായപദങ്ങൾ : বৈষ্ণৱ সম্প্রদায়