പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বেৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বেৰা   বিশেষ্য

അർത്ഥം : বেৰ আদিৰে ঘেৰি থকা ঠাই

ഉദാഹരണം : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে

പര്യായപദങ്ങൾ : ঘেৰা

അർത്ഥം : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন

ഉദാഹരണം : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে

പര്യായപദങ്ങൾ : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, মেৰ

അർത്ഥം : লাঠি, কামি আদিক আয়তীয় আকাৰত বান্ধি তৈয়আৰ কৰা এক অৱৰোধক

ഉദാഹരണം : পুখুৰীৰ চাৰিওফালে হেঙাৰ লগোৱা আছে

പര്യായപദങ്ങൾ : হেঙাৰ, ৰেলিঙ

അർത്ഥം : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়

ഉദാഹരണം : শিলেৰে বনোৱা বেৰ মজবুত হয়

പര്യായപദങ്ങൾ : দেৱাল, প্রাচীৰ, বেৰ, ৱাল

বেৰা   ক্ৰিয়া

അർത്ഥം : চাৰিওফালৰ পৰা ঘেৰি দিয়া

ഉദാഹരണം : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে

പര്യായപദങ്ങൾ : ঘেৰা, ঘেৰি দিয়া, বেৰি দিয়া

അർത്ഥം : চাৰিওফালে ৰখা বা আগুৰি লোৱা

ഉദാഹരണം : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে

പര്യായപദങ്ങൾ : ঘেৰ দিয়া, ঘেৰা, ঘেৰি থকা, ঘেৰি লোৱা-