പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বেয়া എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বেয়া   বিশেষ্য

അർത്ഥം : যি দোষৰ কাৰণে কোনো বস্তুৰ ৰূপ-ৰং সলনি হৈ যায় বা নষ্ট হৈ যাব ধৰে

ഉദാഹരണം : পানীত ভিজা কাৰণে মাটিৰ মূর্তিটো বেয়া হৈ গʼল

പര്യായപദങ്ങൾ : বিকাৰ, বিকৃতি

বেয়া   বিশেষণ

അർത്ഥം : যিটো নষ্ট হৈ গৈছে

ഉദാഹരണം : গেলা বস্তুখিনি ডাষ্টবিনত পেলাই দিয়া

പര്യായപദങ്ങൾ : গেলা

അർത്ഥം : যি প্রবল নহয়

ഉദാഹരണം : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম

പര്യായപദങ്ങൾ : অধম, অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, মন্দ

അർത്ഥം : ভালৰ ওলোটা বা বিপৰীত

ഉദാഹരണം : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

പര്യായപദങ്ങൾ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, মন্দ

അർത്ഥം : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়

ഉദാഹരണം : বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা

പര്യായപദങ്ങൾ : লেতেৰা

അർത്ഥം : যʼত কোনো ধৰণৰ বিকাৰ বা বিজুতি ঘটিছে

ഉദാഹരണം : তেওঁ ্বেয়া হোৱা ইঞ্জিনটো ভাল কৰি আছে

പര്യായപദങ്ങൾ : বিকাৰগ্রস্ত, বিকৃত, বিজুতি ঘটা

അർത്ഥം : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য

ഉദാഹരണം : ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়

പര്യായപദങ്ങൾ : অভক্ষণীয়, খাব নোৱাৰা, খাব নোৱৰা