അർത്ഥം : বেলাৰুচৰ নিবাসী
ഉദാഹരണം :
সেই বেলাৰুচিয়ানজনে নিজৰ দেশৰ বিষয়ে বহুখিনি কৈছিল
പര്യായപദങ്ങൾ : বেলাৰুচ-বাসী, বেলাৰুচবাসী
അർത്ഥം : বেলাৰুচৰ লোকসকলৰ ভাষা
ഉദാഹരണം :
বেলাৰুচত বেলাৰুচিয়ানৰ বাহিৰেও ৰাছিয়ানো কয়
പര്യായപദങ്ങൾ : বেলাৰুচিয়ান ভাষা
അർത്ഥം : বেলাৰুচৰ বা বেলাৰুচ সম্বন্ধী
ഉദാഹരണം :
তেওঁ ্বেলাৰুচিয়ান সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰিছে
അർത്ഥം : বেলাৰুচিয়ান ভাষাৰ বা বেলাৰুচিয়ান ভাষা সম্বন্ধী
ഉദാഹരണം :
লিখকসকলৰ মাজত সেই বেলাৰুচিয়ান লিখনিটোৰ বহুত চর্চা হৈছিল