അർത്ഥം : ডাকিব পৰা এবিধ সৰু আকাৰৰ বিষাক্ত সৰীসৃপ
ഉദാഹരണം :
তেওঁক বৃশ্চিকে ডাকিলে
അർത്ഥം : ৰাশিচক্রৰ দ্বাদশ ৰাশিৰ মাজৰ অষ্টম ৰাশি যʼত বিশাখাৰ অন্তিম পাদ, সম্পূর্ণ অনুৰাধা আৰু জেষ্ঠা নক্ষত্র আছে
ഉദാഹരണം :
বৃশ্চিক ৰাশিৰ চিহ্ন বিছা
പര്യായപദങ്ങൾ : বৃশ্চিক ৰাশি, বৃশ্চিকৰাশি