പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বিৰাট എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বিৰাট   বিশেষ্য

അർത്ഥം : মহাভাৰতত বর্ণিত এজন ৰজা

ഉദാഹരണം : অজ্ঞাতবাসত থকাৰ সময়ত পাণ্ডবসকলে বিৰাট ৰজাৰ তাত কাম কৰিছিল

അർത്ഥം : অনন্ত লোক অর্থাৎ তৰা, গ্রহ, নক্ষত্র আদিৰে ভৰি থকা বিশ্ব

ഉദാഹരണം : ব্রহ্মাণ্ড ৰহস্যৰে ভৰপূৰ

പര്യായപദങ്ങൾ : অখিল বিশ্ব, অন্তৰীক্ষ বিশ্বচৰাচৰ, জগত চক্র, নিখিল বিশ্ব, নিখিল ভুৱন, বিশ্ব মণ্ডল, বিশ্ব-ব্রহ্মাণ্ড বিশ্ব ব্রহ্মাণ্ড, বিশ্বচক্র, বিশ্বজগত, বিশ্বব্রহ্মাণ্ড, বিশ্বসৃষ্টি, ব্রহ্মমণ্ডল, ব্রহ্মাণ্ড, মহাজগত, মহাবিশ্ব, সৃষ্টি

বিৰাট   বিশেষণ

അർത്ഥം : বহুত ডাঙৰ

ഉദാഹരണം : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে

പര്യായപദങ്ങൾ : ডাঙৰ, প্রভূত, বিপুল, বৃহৎ

അർത്ഥം : যিটো আকাৰ, মাত্রা আদিত বহুত ডাঙৰ

ഉദാഹരണം : সুৰসাই হনুমানক ভয় খুৱাবৰ কাৰণে বিশাল ৰূপ ধাৰণ কৰিলে

പര്യായപദങ്ങൾ : বিশাল, বৃহদ, বৃহৎ