പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বিৰাগ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বিৰাগ   বিশেষ্য

അർത്ഥം : কাৰোবাক বহুত বেয়া পাই ্ তেওঁৰ্ পৰা সদায় দূৰত থাকিব বিচৰা মনোবৃত্তি

ഉദാഹരണം : কাকো ঘৃণা কৰিব নালাগে পাপক ঘিণ কৰিবা, পাপীক নহয়

പര്യായപദങ്ങൾ : অনাসক্তি, অনাস্থা, ঘিণ, ঘৃণা, বিতুষ্ট, বিতৃষ্ণা, বিৰক্তি

അർത്ഥം : সাংসাৰিক সুখ ভোগেৰে মন পূর্ণ ্হোৱাৰ কাৰণে তাৰ প্রতি আসক্তি নোহোৱা অৱস্থা বা ভাব

ഉദാഹരണം : তেওঁৰ ্ জগত-সংসাৰৰ পৰা বিৰাগ জন্মিছে মন বৈৰাগী হৈ পৰিছে

പര്യായപദങ്ങൾ : বৈৰাগ, বৈৰাগ্য

അർത്ഥം : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব

ഉദാഹരണം : অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে

പര്യായപദങ്ങൾ : অনাসক্তি, আসক্তিহীনতা, বিৰক্তি

বিৰাগ   বিশেষণ

അർത്ഥം : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে

ഉദാഹരണം : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল

പര്യായപദങ്ങൾ : বিমুখ, বিৰক্ত, বৈৰাগী, সন্যাসী