അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কাৰোবাক বহুত বেয়া পাই ্ তেওঁৰ্ পৰা সদায় দূৰত থাকিব বিচৰা মনোবৃত্তি
ഉദാഹരണം : কাকো ঘৃণা কৰিব নালাগে পাপক ঘিণ কৰিবা, পাপীক নহয়
പര്യായപദങ്ങൾ : অনাসক্তি, অনাস্থা, ঘিণ, ঘৃণা, বিতুষ্ট, বিতৃষ্ণা, বিৰক্তি
അർത്ഥം : সাংসাৰিক সুখ ভোগেৰে মন পূর্ণ ্হোৱাৰ কাৰণে তাৰ প্রতি আসক্তি নোহোৱা অৱস্থা বা ভাব
ഉദാഹരണം : তেওঁৰ ্ জগত-সংসাৰৰ পৰা বিৰাগ জন্মিছে মন বৈৰাগী হৈ পৰিছে
പര്യായപദങ്ങൾ : বৈৰাগ, বৈৰাগ্য
അർത്ഥം : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব
ഉദാഹരണം : অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে
പര്യായപദങ്ങൾ : অনাসক্তি, আসক্তিহীনতা, বিৰক্তি
അർത്ഥം : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
ഉദാഹരണം : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
പര്യായപദങ്ങൾ : বিমুখ, বিৰক্ত, বৈৰাগী, সন্যাসী
ഇൻസ്റ്റാൾ ചെയ്യുക