അർത്ഥം : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
ഉദാഹരണം :
মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
പര്യായപദങ്ങൾ : অসন্তুষ্টতা, আমনি, তিক্ততা
അർത്ഥം : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
ഉദാഹരണം :
আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
പര്യായപദങ്ങൾ : আমনি
അർത്ഥം : আমনি লগা পৰিস্থিতি
ഉദാഹരണം :
দিনৰ দিনটো সন্মিলনত সকলোৰে বক্তৃতা শুনি-শুনি এতিয়া বিৰক্তি লাগি গৈছে, বʼলা অলপ ফুৰি আহোঁ
അർത്ഥം : বিৰক্তিৰ অৱস্থা বা ভাৱ
ഉദാഹരണം :
তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
പര്യായപദങ്ങൾ : আমনি
അർത്ഥം : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব
ഉദാഹരണം :
অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে
പര്യായപദങ്ങൾ : অনাসক্তি, আসক্তিহীনতা, বিৰাগ