പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বিৰক্তি എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বিৰক্তি   বিশেষ্য

അർത്ഥം : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে

ഉദാഹരണം : মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে

പര്യായപദങ്ങൾ : অসন্তুষ্টতা, আমনি, তিক্ততা

അർത്ഥം : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব

ഉദാഹരണം : আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল

പര്യായപദങ്ങൾ : আমনি

അർത്ഥം : আমনি লগা পৰিস্থিতি

ഉദാഹരണം : দিনৰ দিনটো সন্মিলনত সকলোৰে বক্তৃতা শুনি-শুনি এতিয়া বিৰক্তি লাগি গৈছে, বʼলা অলপ ফুৰি আহোঁ

അർത്ഥം : কাৰোবাক বহুত বেয়া পাই ্ তেওঁৰ্ পৰা সদায় দূৰত থাকিব বিচৰা মনোবৃত্তি

ഉദാഹരണം : কাকো ঘৃণা কৰিব নালাগে পাপক ঘিণ কৰিবা, পাপীক নহয়

പര്യായപദങ്ങൾ : অনাসক্তি, অনাস্থা, ঘিণ, ঘৃণা, বিতুষ্ট, বিতৃষ্ণা, বিৰাগ

അർത്ഥം : বিৰক্তিৰ অৱস্থা বা ভাৱ

ഉദാഹരണം : তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে

പര്യായപദങ്ങൾ : আমনি

അർത്ഥം : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব

ഉദാഹരണം : অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে

പര്യായപദങ്ങൾ : অনাসক্তি, আসক্তিহীনতা, বিৰাগ