അർത്ഥം : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
പര്യായപദങ്ങൾ : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, উৎকণ্ঠা
അർത്ഥം : ভাবত বিভোৰ হৈ থকা
ഉദാഹരണം :
সকলো কামতে শ্যামক ভাব বিভোৰতাত থকা যেন লাগে
പര്യായപദങ്ങൾ : ভাব বিভোৰতা, ভাব-বিভোৰতা, ভাব-বিহ্বলতা
അർത്ഥം : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা
ഉദാഹരണം :
মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল
പര്യായപദങ്ങൾ : অশান্তি, মানসিক চাপ