അർത്ഥം : বিহাৰত কোৱা এক ধৰণৰ ভাষা
ഉദാഹരണം :
তেওঁলোক দুয়োজনে বিহাৰীত কথা পাতি আছে
അർത്ഥം : বিহাৰ ৰাজ্যৰ অধিবাসী
ഉദാഹരണം :
ভালেমান বিহাৰী মোৰ ভাল বন্ধু
അർത്ഥം : বিহাৰৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
তেওঁ বিহাৰী ৰাজনীতি পছন্দ কৰে
അർത്ഥം : বিহাৰ ৰাজ্যৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
আমি বিহাৰী লোক-নৃত্য চাবলৈ গৈছিলোঁ