അർത്ഥം : গোলা, বাৰুদ আদি ফুটিলে হোৱা বিকট শ্্ব্দ
ഉദാഹരണം :
এটা ডাঙৰ বিস্ফোৰণ হʼল আৰু চাই থাকোতেই অট্টালিকাটো খহি পৰিল
പര്യായപദങ്ങൾ : ধামাকা
അർത്ഥം : হঠাতে ডাঙৰকৈ হোৱা শ্্ব্দ বা বোমাৰ শ্্ব্দ
ഉദാഹരണം :
বোমাটো ফুটাৰ লগতে এটা বিস্ফোৰণ হʼল
അർത്ഥം : হঠাৎ ডাঙৰ শ্্ব্দ কৰি ফুটা কার্য
ഉദാഹരണം :
বোমা বিস্ফোৰণত বিশজন লোক নিহত হʼল