അർത്ഥം : * দূৰত্ব, স্থান, সময় আদিৰ অন্তৰাল বা ইয়াৰ মাজত বিয়পি থকা
ഉദാഹരണം :
ভাৰত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত হৈ আছে
പര്യായപദങ്ങൾ : পৰিব্যাপ্ত হোৱা, বিয়পি থকা
അർത്ഥം : কোনো ঠাইলৈকে হোৱা প্রসাৰণ কার্য
ഉദാഹരണം :
গাঁওলৈকে বানপানী বিস্তৃত হʼল
പര്യായപദങ്ങൾ : প্রসাৰতি হোৱা