പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বিন্দু എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বিন্দু   বিশেষ্য

അർത്ഥം : ৰেখা গণিতত অংকন কৰা এক সৰু গোল চিহ্ন যি কিহবাৰ নির্দেশ কৰে কিন্তু তাত কোনো দীঘ, প্রস্থ নাথাকে আৰু যাৰ কোনো বিভাগ কৰিব নোৱাৰি

ഉദാഹരണം : লʼৰা-ছোৱালীবোৰে খেলি খেলি বিন্দুবোৰ মিলাই এখন হাতীৰ চিত্র তৈয়াৰ কৰিলে

അർത്ഥം : কোনো বস্তুৰ ওপৰত বনোৱা বা পৰা সৰু গোল চিহ্ন

ഉദാഹരണം : এই কাপোৰখনৰ ৰং-চঙীয়া ফোঁটখিনি ভাল লাগিছে

പര്യായപദങ്ങൾ : ফোঁট

അർത്ഥം : পানী আদি জুলীয়া পদার্থ ় পৰোতে হোৱা সৰু বড়িৰ নিচিনা অংশ

ഉദാഹരണം : টোপাল টোপালকৈ পানী পৰি কলহটো ভৰিল

പര്യായപദങ്ങൾ : টোপা, টোপাল, ফোঁটা