അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ধ্বংস কৰা ব্যক্তি
ഉദാഹരണം : শিৱক সৃষ্টিৰ বিনাশক বুলি কোৱা হয়
പര്യായപദങ്ങൾ : ধ্বংসকাৰী, নাশী, বিনাশী, সংহাৰক
അർത്ഥം : যি বস্তুৱে ধ্বংস কৰে
ഉദാഹരണം : বাৰুদ এক বিনাশক
പര്യായപദങ്ങൾ : ধ্বংসক
അർത്ഥം : যি কাৰোবাক হত্যা কৰিছে
ഉദാഹരണം : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
പര്യായപദങ്ങൾ : অপঘাতক, অপঘাতী, আততায়ী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, মাৰক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
അർത്ഥം : যি নাশ কৰে
ഉദാഹരണം : কৃষকে খেতিপথাৰত কীট-নাশক ঔষধ ছটিয়াই আছে
പര്യായപദങ്ങൾ : নাশক, বিনাশী
ഇൻസ്റ്റാൾ ചെയ്യുക