പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বিজ্ঞপ্তি എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বিজ্ঞপ্তি   বিশেষ্য

അർത്ഥം : কোনো কথা কোৱা বা জনোৱা কার্য

ഉദാഹരണം : বিশ্ব স্বাস্থ্য সংস্থাৰ এক বিজ্ঞপ্তি অনুসৰি সমগ্র পৃথিৱীত বছৰি নিগনিয়ে ৩৩ কোটি টন চাউল খায়

അർത്ഥം : বিশেষভাৱে বাতৰি-কাকত, ৰেডিঅ, ্দূৰদর্শন আদিৰ জৰিয়তে কোনো বয়-বস্তু আদিৰ বিক্রী বা কোনো গুৰুত্ব পূর্ণ ্কথা আৰু খবৰ সকলো লোকৰ জ্ঞাতার্থে ্প্রচাৰ কৰা ব্যৱস্থা

ഉദാഹരണം : আজিৰ বাতৰি-কাকত বিজ্ঞাপনেৰে ভৰি আছে

പര്യായപദങ്ങൾ : ইস্তাহাৰ, বিজ্ঞাপন

বিজ্ঞপ্তি   বিশেষণ

അർത്ഥം : যাৰ বিষয়ে জনোৱা হৈছে বা যাৰ জাননী দিয়া হৈছে

ഉദാഹരണം : এই বিজ্ঞপ্তিটোৰ বিষয়ে সকলো অৱগত