അർത്ഥം : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা
ഉദാഹരണം :
মোৰ কিবা খাবৰ মন গৈছে
പര്യായപദങ്ങൾ : অভিলাষ কৰা, ইচ্ছা কৰা, ইচ্ছা যোৱা, মন যোৱা
അർത്ഥം : কোনো কথা বা কামত কৰা ইচ্ছা
ഉദാഹരണം :
মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ
പര്യായപദങ്ങൾ : আশা কৰা
അർത്ഥം : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা
ഉദാഹരണം :
পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে
പര്യായപദങ്ങൾ : অনুসন্ধান কৰা, অন্বেষণ কৰা