പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বিচাৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বিচাৰ   বিশেষ্য

അർത്ഥം : লুকাই থকা বা হেৰোৱা কোনো বস্তু বিচৰা কার্য ্বা ভাব

ഉദാഹരണം : পুলিচে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে

പര്യായപദങ്ങൾ : অনুসন্ধান, তালাচী

അർത്ഥം : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি

ഉദാഹരണം : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে

പര്യായപദങ്ങൾ : মত, ৰায়

അർത്ഥം : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ

ഉദാഹരണം : ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল

പര്യായപദങ്ങൾ : পৰীক্ষা

അർത്ഥം : মনত উদয় হোৱা কথা

ഉദാഹരണം : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত

പര്യായപദങ്ങൾ : খিয়াল, খেয়াল, মত

അർത്ഥം : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া

ഉദാഹരണം : আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে

പര്യായപദങ്ങൾ : পর্যালোচনা, বিচাৰ-বিবেচনা, বিবেচনা, মীমাংসা, মূল্যায়ন

അർത്ഥം : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য

ഉദാഹരണം : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে

പര്യായപദങ്ങൾ : অনুসন্ধান, অন্বেষণ, তদন্ত, বুজ

അർത്ഥം : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য

ഉദാഹരണം : এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব

പര്യായപദങ്ങൾ : অনুসন্ধান, সম্পৰীক্ষা