അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কাঠ বা বাঁহ আদিৰ পোন আৰু অলপ দীঘল টুকুৰা
ഉദാഹരണം : বাগিছাত লʼৰা-ছোৱালীবোৰে লাঠীৰে আম পাৰি আছে
പര്യായപദങ്ങൾ : দণ্ড, বাড়ি, মাৰি, লাঠী
അർത്ഥം : মেঘৰ পৰা পৰি সাগৰ নদী, পুখুৰী আদি ভৰা এবিধ জুলীয়া বস্তু যাক খোৱা, ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়
ഉദാഹരണം : পানীয়েই প্রাণীৰ প্রাণ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী
പര്യായപദങ്ങൾ : অপ, অম্বু, অম্ভ, উদক, জল, নীৰ, পানী, পয়, সলিল
അർത്ഥം : মোটা আকাৰৰ ডাঙৰ মাৰি
ഉദാഹരണം : তেওঁ কুকুৰটোক লাঠিৰে মাৰিলে
പര്യായപദങ്ങൾ : দণ্ড, লাঠি
ഇൻസ്റ്റാൾ ചെയ്യുക