അർത്ഥം : বার্মা দেশৰ মূল অধিবাসী
ഉദാഹരണം :
পোর্টব্লেয়াৰত অৱস্থিত বৌদ্ধ মন্দিৰে আজিও বার্মিজসকলৰ স্মৃতি সজীৱ কৰি ৰাখিছে
പര്യായപദങ്ങൾ : বার্মাবাসী
അർത്ഥം : যি লিপিত বার্মিজ ভাষা লিখা হয়
ഉദാഹരണം :
এই বৌদ্ধ স্তুপটোৰ ওপৰত বার্মিজত কিবা লিখা আছে
പര്യായപദങ്ങൾ : বার্মিজ লিপি