അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : প্রলয় হিচাপে গণনা হোৱা গোটেই সংসাৰত বহুত দিনৰ পিছত হোৱা বানপানী
ഉദാഹരണം : হিন্দু সকলৰ অনুসৰি বৈৱস্বত মনুৰ সময়ত আৰু খ্রীষ্টান, মুছলমান আদিৰ অনুসৰি হজৰত নুহৰ সময়ত এনে বান আহিছিল
പര്യായപദങ്ങൾ : প্লাবন
അർത്ഥം : পানী বাঢ়ি উদ্ভৱ হোৱা দুর্যোগ বা বেছিকৈ বৰষুণ দিয়াৰ কাৰণে নদী, জলাশয় আদিৰ জলপৃষ্ঠই সীমা চেৰাই ইফালে-সিফালে বিয়পি পৰা কার্য:অতিপাত বৰষুণৰ কাৰণে বেছিভাগ নদীতেই বান আহিছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : প্লাৱন, বন্যা, বান
ഇൻസ്റ്റാൾ ചെയ്യുക