പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বাধা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বাধা   বিশেষ্য

അർത്ഥം : কোনো কাম কৰাৰ সময়ত হোৱা বাধা

ഉദാഹരണം : এই কামটোত বিঘিনি নঘটিবৰ কাৰণে মই ভগৱানক প্রার্থন্া কৰিছো

പര്യായപദങ്ങൾ : বাধা-বিঘিনি, বিঘিনি, বিঘ্ন, বিপত্তি

അർത്ഥം : কোনো কামত বা কথাত মানা কৰা

ഉദാഹരണം : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ

പര്യായപദങ്ങൾ : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন

അർത്ഥം : কাৰোবাক বাধা দিয়া বা হেঁ্চা প্রয়োগ কৰাৰ কাৰণে কৰা কোনো কাম

ഉദാഹരണം : লʼৰা-ছোৱালীক কিছু পৰিমাণে নিয়ন্ত্রণ কৰাটো জৰুৰী

പര്യായപദങ്ങൾ : অংকুশ, নিয়ন্ত্রণ

അർത്ഥം : বাধাপ্রাপ্ত হোৱা অৱস্থা, ভাব বা ক্রিয়া

ഉദാഹരണം : পানীৰ নলীত বাধা পৰা কাৰণে পানী কম কমকৈ ওলাইছে

പര്യായപദങ്ങൾ : অন্তৰায়, প্রতিবন্ধ, প্রতিবন্ধক

അർത്ഥം : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা

ഉദാഹരണം : মোহনে মোৰ সকলো কামতে বাধা জন্মায়

പര്യായപദങ്ങൾ : অন্তৰায়, অসুবিধা, অৱৰোধ, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ

അർത്ഥം : বাধা দিয়া বা ৰখোৱা কার্য

ഉദാഹരണം : সীমাৰ ভিতৰত শত্রুৰ প্রবেশ বন্ধ কৰাত সৈনিক সফল হৈছে

പര്യായപദങ്ങൾ : বন্ধ কৰা-

বাধা   বিশেষণ

അർത്ഥം : যাক নিষেধ কৰা হৈছে

ഉദാഹരണം : এই বিলত ্সাঁতোৰাত বাধা আছে

പര്യായപദങ്ങൾ : নিষিদ্ধ, নিষেধিত, বর্জিত, মানা