അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়
ഉദാഹരണം : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে
പര്യായപദങ്ങൾ : পথ, মার্গ, ৰাস্তা
അർത്ഥം : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়
ഉദാഹരണം : উৰা জাহাজৰো নির্দিষ্ট পথ আছে
പര്യായപദങ്ങൾ : পথ, মার্গ, ্ ৰাস্তা
അർത്ഥം : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : উপায়, চল, দাও, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা
ഇൻസ്റ്റാൾ ചെയ്യുക