അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ভালদৰে বুজিলৈ কোনো কথা কোৱা কার্য
ഉദാഹരണം : আৱিষ্কাৰকৰ ব্যাখ্যা শুনি সকলো সন্তুষ্ট হʼল
പര്യായപദങ്ങൾ : প্রতিপাদন, ব্যাখ্যা
അർത്ഥം : কিবা কোৱা কার্য
ഉദാഹരണം : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল
പര്യായപദങ്ങൾ : কথন, কথা, বচন, বাক
അർത്ഥം : যিটো কোৱাৰ যোগ্য
ഉദാഹരണം : আপুনি এই কথাটোক লৈ কিয় ইমান মচগুল হৈছে, এইটো কথনীয় নহয়
പര്യായപദങ്ങൾ : উচ্চাৰণীয়, কʼবলগীয়া, কথনীয়, কথ্য, কহতব্য, কহনীয়, বচনীয়
അർത്ഥം : নিৰোপণ কৰাৰ যোগ্য বা বুজোৱাৰ যোগ্য
ഉദാഹരണം : এই কবিতাটোৰ প্রতিপাদ্য বিষয় কি?
പര്യായപദങ്ങൾ : অভিধেয়, প্রতিপাদ্য
ഇൻസ്റ്റാൾ ചെയ്യുക