അർത്ഥം : দূৰ বা আঁতৰি থকা
ഉദാഹരണം :
মই বেয়া সংগৰ পৰা বাচি থাকোঁ
അർത്ഥം : দুখ, বিপত্তি আদিত নপৰা বা ইয়াৰ পৰা ৰক্ষিত বা দূৰ হৈ থকা
ഉദാഹരണം :
ৰোহিত কেঞ্চাৰ ৰোগত মৃত্যুপ্রায় হৈ বাচি আছে
പര്യായപദങ്ങൾ : বাচা, ৰক্ষা পোৱা