അർത്ഥം : গালি পৰা কার্য ্বা ভাব
ഉദാഹരണം :
পৰিয়ালৰ লোকৰ গালিত অতীষ্ঠ হৈ মোহনে ঘৰ এৰি পলাই গʼল
പര്യായപദങ്ങൾ : অপযশ, অপামান, ককর্থ্্না, গঞ্জনা, গর্হাল, গালি, গালি-গালাজ, গালি-শপনি, গোর্হাল, গৰিহণা, ডাবি, ডাবি-হুকি, তিৰস্কাৰ, থেকেচনি, দুর্যশ, ধমক, ধমকি, নগুৰ-বিতণ্ডা, নিন্দা, নেওচা, নেওচা-কেওচা, বকনি, বকাবকি, ভর্ছ্্না, ভর্ৎসনা, ভেকাহি, শপনি, হুকি, ্দুর্ণাম, ্বদনাম, ্হেঁফনি, ৰটনা, ৰটনি
അർത്ഥം : কোনো কথাত লগা বাদানুবাদ
ഉദാഹരണം :
আজি ৰাতিপুৱাই তেওঁৰ সৈতে মোৰ চুপতা-চুপতি লাগিল
പര്യായപദങ്ങൾ : উখনা-উখনি, খকা-খুন্দা, চুপতা-চুপতি, বাদ-বিতণ্ডা, বাদ-বিবাদ
അർത്ഥം : অনাহকত কৰা তর্ক ্বা বিবাদ
ഉദാഹരണം :
এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
പര്യായപദങ്ങൾ : বাদ-বিতণ্ডা, বিতণ্ডা