അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি ৰৈ গৈছে (যেতিয়া কোনো কাৰণত নষ্ট বা শেষ হৈ যায়)
ഉദാഹരണം : ঘৰত জুই লগাত একোৱেই বাকী নৰʼল
പര്യായപദങ്ങൾ : অৱশিষ্ট, অৱশেষ
അർത്ഥം : যি বাকী হোৱাৰ কাৰণে দিয়া হয়
ഉദാഹരണം : ৰামুৱে বাকী ঋণখিনি সোনকালেই ফিৰাই দিম বুলি কথা দিলে
പര്യായപദങ്ങൾ : দিবলগীয়া, দেয়
അർത്ഥം : যি কাৰোবাৰ জিম্মাত বাকী থাকি গৈছে
ഉദാഹരണം : মই বকেয়া ধন জমা কৰিবলৈ গৈছিলোঁ
പര്യായപദങ്ങൾ : বকেয়া
ഇൻസ്റ്റാൾ ചെയ്യുക