അർത്ഥം : বহুত কথা কʼব পৰাজন
ഉദാഹരണം :
প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
പര്യായപദങ്ങൾ : অতিভাষী, কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
അർത്ഥം : কথা-বতৰা পতাত চতুৰ
ഉദാഹരണം :
বাকপটু ৰমেশে নিজৰ কথাৰে সকলোকে প্রভাৱিত কৰিলে