അർത്ഥം : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
ഉദാഹരണം :
চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে
പര്യായപദങ്ങൾ : উঠোৱা
അർത്ഥം : কোনো নাৰীক পত্নীৰ ৰূপত ৰাখি লোৱা
ഉദാഹരണം :
ঠাকুৰে ৰামুৰ বোৱাৰীক নিজৰ ঘৰত বহুৱালে
അർത്ഥം : কোনো পদত কার্যনি্র্বাহ কৰা
ഉദാഹരണം :
চাণক্যই চন্দ্রগুপ্তক তক্ষশীলাৰ সিংহাসনত বহুৱাইছিল
പര്യായപദങ്ങൾ : আসীন কৰা